tag:blogger.com,1999:blog-81619362038642233582024-02-20T09:47:27.807-08:00Assam Foodiz Assamese Recipes Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.comBlogger112125tag:blogger.com,1999:blog-8161936203864223358.post-50640456261822951462023-02-07T08:46:00.000-08:002023-02-07T08:46:07.770-08:00বিস্কুটৰ কেক এই ৰেচিপিটো ইংৰাজীতো উপলব্ধ (ক্লিক কৰিব)বিস্কুটৰ কেক এটি অতি সহজ কেকৰ ৰেচিপি| নতুনকৈ কেক বনাবলৈ শিকা সকলৰ বাবে ই এটা সহজ ৰেচিপি| এই কেক বনাবলৈ যি কোনো বিস্কুট লব পাৰে| সকলোতকৈ ভাল কথাটো হৈছে এই কেক ৰৈ যোৱা বিস্কুটৰ গুৰিৰ পৰাও বনাব পাৰি| আমাৰ সকলোৰে বিস্কুট থোৱা টেমাটোৰ তলত বিস্কুটৰ ভঙা টুকুৰাৰ লগতে গুৰি বহুতো ৰৈ যায়, নহয়নে ? মই সেই গুৰিৰে এই কেক বনালো| আপোনালোকেও বনাব পাৰে| ৰেচিপি অতি Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-43044967958994773052023-02-07T04:38:00.000-08:002023-02-07T04:38:35.480-08:00সহজ নাৰিকলৰ কেক কেক বুলি কলে আমি সাধাৰণতে অভেনত বনোৱা কণী আৰু ময়দা যুক্ত কেকটোকে বুজো নহয় জানো| কেতিয়াবা অভেন ব্যৱহাৰ নকৰাকৈ প্ৰেচাৰ কুকাৰ বা কেৰাহীটো কেক বনোৱা হয়| কিন্তু আমি অভেন নোহোৱাকৈ বা জুইৰ ব্যৱহাৰ নকৰাকৈয়ো কেক বনাব পাৰো| তেনে এবিধ কেকৰ ৰেচিপি মই আজি লৈ আহিছো|নাৰিকলৰ কেক, য'ত মাত্ৰ পাচ বিধ সামগ্ৰীৰ ব্যবহাৰ কৰা হৈছে| বিস্কুট, বাটাৰ, নাৰিকল, চেনি আৰু ক্ৰীম |বনাবলৈ একেবাৰে সহজ এই নাৰিকলৰ কেকRumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-26190085703640611912023-02-06T22:09:00.005-08:002023-02-06T22:11:41.796-08:00অসমীয়াৰ প্ৰিয় আলু পিটিকা Aloo Pitika আলু পিটিকা একেবাৰে সহজ এটি ৰেচিপি| আপোনাৰ যদি বনাবলৈ সময় নাই বা আপুনি যদি এজন অকলশৰে থকা পুৰুষ, তেনেহলে কথাই নাই, ভাততে আলু এটি দিয়ক আৰু তৃপ্তিৰে ভাত সাঁজ খাওঁক, নহয় জানো ? কিন্তু এই আলু পিটিকা যে কেৱল অসমীয়া সকলেহে খায় তেনে নহয়| ইংৰাজ বা আমেৰিকান সকলৰো প্ৰিয় এই আলু পিটিকা বা mashed potato. কিন্তু তেওঁলোকে বনোৱা আলু পিটিকা আৰু অসমীয়া আলু পিটিকাৰ মাজত পাৰ্থক্যRumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-32651033077802737462021-06-10T02:50:00.003-07:002021-10-01T10:39:30.934-07:00মটৰ ঘুগুনি ঘুগুনি বা মটৰ ঘুগুনি হৈছে শুকান হালধীয়া বা সেউজীয়া মটৰেৰে বনোৱা এখন আঞ্জা | ঘুগুনিক এনেও খাব পাৰি বা ইয়াক ৰুটীৰ লগতো পৰিবেশন কৰিব পাৰি | বহু ঠাইত দেখা যায় যে ঘুগুনীক ৰাস্তাৰ খাদ্য (street food) হিচাপেও বিক্ৰী কৰা হয় | ঘুগুনিৰ প্ৰস্তুত প্ৰনালী তেনেই সহজ |তলত ৰেচিপিটো আগবঢ়ালো - মটৰ ঘুগুনি : 🔪প্ৰস্তুতিৰ সময় : 15 মিনিট♨ৰন্ধাৰ সময় : 25 মিনিট 🕞সম্পূৰ্ণ সময় :Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-13310486221568425952020-09-27T10:53:00.003-07:002021-10-01T10:40:25.784-07:00হালধী কিয় খাব লাগে গছৰ মূলৰ পৰা হোৱা হালধী অতিজৰে পৰাই খাদ্যত ব্যবহাৰ হোৱাৰ লগতে প্ৰসাধন সামগ্ৰী, কাপোৰত ৰং কৰাৰে পৰা নানা আয়ুৰ্বেদিক ঔষধ তৈয়াৰ কৰাত ব্যবহৃত হৈ আহিছে | কৰকিউমিন (curcumin) হৈছে হালধীত নিৰ্হিত হৈ থকা এবিধ সক্ৰিয় উপাদান| ই এবিধ শক্তিশালী এণ্টিঅক্সিডেণ্ট আৰু ইয়াৰ প্ৰজ্বলক বিৰোধি (এণ্টি ইনফ্লেমেটৰি) গুণো আছে |ভাৰতীয় ৰন্ধনশৈলীত অতিজৰে পৰাই হালধী ব্যবহৃত হৈ আহিছে| বিভিন্ন খাদ্য ৰেচিপিত ৰং আৰু Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-4029958206204196722020-09-26T07:42:00.003-07:002021-10-01T20:36:59.094-07:00Covid 19 ৰ সময়ত বজাৰৰ পৰা কিনি অনা শাক-পাচলি আৰু ফলমূল কিদৰে পৰিষ্কাৰ কৰিব Covid 19 ৰ সময়ত বজাৰৰ পৰা কিনি অনা শাক-পাচলি আৰু ফলমূল কিদৰে পৰিষ্কাৰ কৰিব :1. শাক-পাচলি বা ফলমূল পৰিষ্কাৰ কৰাৰ আগতে নিজৰ হাত দুখন ভালদৰে চাবুনেৰে ধুই লোৱাতো খুবেই প্ৰয়োজন কাৰন আপোনাৰ হাতখনো নানা বিজানুৰ কাৰক হব পাৰে | কমেও 20 চেকেণ্ড চাবুনেৰে হাত ঘঁহিহে পৰিষ্কাৰ পানীৰে ধুব লাগে |2.শাক-পাচলী বা ফলমূল প্ৰবাহীত পানীত (running water) ভালদৰে ধুব লাগে| হাতেৰে ভালদৰে ঘঁহি ঘঁহি বোকা বা লেতেৰা বোৰ Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-15622043187685235262020-09-25T03:00:00.005-07:002020-09-25T11:10:14.867-07:00কলখাৰ কি দৰে তৈয়াৰ কৰা হয় আৰু ইয়াৰ উপকাৰিতাসমূহ তিনিশ ষাঠি জোপা ৰুবা কল।মাহেকে পষেকে চিকুণাবা তল।।পাত পছলা লাভত খাবা।লংকাৰ বনিজ ঘৰতে পাবা।।উক্ত ডাকৰ বচন ফাঁকিৰ মতে তিনিশ ষাঠি জোপা কলপুলি ৰুলে বছৰৰ প্ৰত্যেক দিনতে এথুককৈ কল পাব পাৰি যাৰ পৰা জীৱিকা অৰ্জন কৰিব পাৰি আৰু লগতে কলগছৰ পাত আৰু পচলাও পাব পাৰি| লগতে এই বচন ফাঁকিত এইটোও নিৰ্দেশ আছে যে মাহেকে পষেকে গছৰ তলবোৰ চিকুনাব লাগে| অসমীয়া জনজীৱনত কলগছৰৰ ব্যৱহাৰ অপৰিহাৰ্য্য| কলক কেৱল মাত্ৰ Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com2tag:blogger.com,1999:blog-8161936203864223358.post-30557516577901149252020-09-22T03:35:00.002-07:002021-10-02T00:39:06.732-07:00প্ৰতিদিনে আমাৰ শৰীৰত কিমান পানীৰ প্ৰয়োজন প্ৰতিদিনে আমি কিমান পানী খোৱা উচিত ?ইয়াৰ উত্তৰ হিচাপে নিশ্চয় আমি কৰবাত শুনিবলৈ বা পঢ়িবলৈ পাইছো যে দৈনিক আমি দুই লিটাৰ বা আঠ গ্লাচ পানী খাব লাগে | কিন্তু পানী খোৱাৰ পৰিমান ব্যক্তি বিশেষে বেলেগ বেলেগ হব পাৰে | যি সকলে অত্যাধিক শাৰিৰিক পৰিশ্ৰম কৰে তেওঁলোকৰ দেহত পানীৰ প্ৰয়োজনীয়তা বেছি হব পাৰে| যি সকলে সূৰ্য্যৰ প্ৰখৰ ৰদত পৰিশ্ৰম কৰে তেওঁলোকৰ দেহত পানীৰ প্ৰয়োজনীয়তা দিনতো শীত-তাপ কোঠাত Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-84595248566604073782020-09-04T03:33:00.001-07:002021-10-03T01:29:01.017-07:00পনীৰ খোৱাটো আমাৰ শৰীৰৰ বাবে কিয় লাভজনক আৰু লগতে দুটি পনীৰৰ সুন্দৰ ব্যঞ্জন
পনীৰক ভাৰতীয় চীজ বুলিও কোৱা হয়| পনীৰ গাখীৰৰ পৰা তৈয়াৰী এবিধ সতেজ কোমল চীজ| পনীৰক কেঁচাকৈয়ো খাব পাৰি যদিও ভাৰতীয় ৰন্ধনশৈলীত পনীৰক বিভিন্ন ধৰনেৰে ৰান্ধি পৰিৱেশন কৰা হয় |পনীৰত প্ৰোটিনৰ মাত্ৰা যথেষ্ট বেছি হোৱাৰ বাবে পনীৰ খোৱাটো বৰ দৰকাৰী|
নিৰামীষভোজী সকলৰ বাবে পনীৰ বৰ উপযোগী আহাৰ |পনীৰৰ বিভিন্ন ব্যঞ্জন বনাব পাৰি | পালেং পনীৰ, মটৰ পনীৰ, চাহী পনীৰ ইত্যাদি ব্যঞ্জন বোৰ ভাৰতত বৰ জনপ্ৰিয় আৰু Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-32586427785814787952020-08-15T05:11:00.004-07:002023-02-06T22:12:15.837-08:00ফুড ব্লগত ফটো কিদৰে ব্যবহাৰ কৰিব
ব্লগিংৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়ি গৈছে | ব্লগ হৈছে এক ধৰনৰ অনলাইন আলোচনী বা যিকোনো এটা বিষয়ৰ ওপৰত থকা তথ্যৰ ৱেবচাইট| ব্লগ হৈছে এটা মঞ্চ য'ত এজন লেখক বা এটি লেখকৰ গোটে যিকোনো এটি বিষয় বস্তুৰ ওপৰত লেখা আগবঢ়াব পাৰে| লেখাৰ লগতে ব্লগত ফটো দিয়াটো অতিকৈ জৰুৰী, কাৰণ ফটোৰ দ্বাৰাই পঢ়ুৱৈসকলক ব্লগটো পঢ়িবলৈ আকৰ্ষিত কৰিব পাৰি| ফুড ব্লগত ফটো দিয়াটো বহু জৰুৰী, ফটোবিহিন Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com1tag:blogger.com,1999:blog-8161936203864223358.post-84654527235952209772020-07-25T11:35:00.004-07:002021-10-03T09:23:59.554-07:00ৰোগ প্ৰতিৰোধক শক্তি বঢ়োৱা পানীয় খাদ্য
কিছুমান খাদ্যই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই ৰাখে| যি সকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অধিক তেওঁলোক সহজে কোনো ভাইৰাচ বা বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হব নোৱাৰে| ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ প্ৰতিদিনে আমি আমাৰ আহাৰত কিছুমান এনে খাদ্য খাব লাগে যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াব পাৰে| খাদ্যৰ লগতে কিছুমান পানীয় খোৱাতো অত্যন্ত জৰুৰী যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে| তলত তেনে কিছুমান পানীয়ৰ কথাRumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-61439987346398807692020-07-18T02:54:00.004-07:002021-10-03T21:39:51.274-07:00কঠালগুতিৰ পিঠালি - ৰাভা সম্প্ৰদায়ৰ পৰম্পৰাগত খাদ্য
কঠালগুতিৰ পিঠালি : ৰাভা সম্প্ৰদায়ৰ পৰম্পৰাগত খাদ্য- পূৰৱী পাঠক
কঠালগুতিৰ পিঠালি এটি ৰাভা সম্প্ৰদায়ৰ পৰম্পৰাগত থলুৱা খাদ্য |
উপকৰণ -
কঠালগুতি -১০/১২ টা
পিঠাগুৰি -১/২ কাপ
জলকীয়া -৩ টা
চদা খাৰ - ১/২ চামুচ
পানী -৩ কাপ
নিমখ জোখমতে লৱ।
প্ৰণালী -
প্ৰথমে কঠালগুতিকেইটাৰ বাকলি গুচাই খুন্দনাত ঠেতালি লৱ|
তাৰপিছত কেৰাহীত ৩ কাপ পানী দি উতল অহাত কঠালগুতি আৰু চদাখাৰ দি উতলিব Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-21728394277990060692020-07-17T01:53:00.004-07:002021-10-04T02:52:14.339-07:00মধুসোলেংৰ লগত লোকেল মাছৰ জোল
মাছৰটেঙা
মধুসোলেংৰ লগত লোকেল মাছৰ জোল
- নীলাক্ষী বৰা
সামগ্ৰী-
লোকেল বাহু মাছ দুটুকুৰা,
আলুদুটা,
মিঠিগুটি কেইটামান,
কেচাজলকীয়া এটা,
নিমখ, হালধি এচামুচকৈ বা প্ৰয়েজন অনুসৰি, মিঠাতেল চাৰিচামুচ,
মধুসোলেংৰ পাত এমুঠি
প্ৰণালী-
অতি সহজতে আৰু কম সামগ্ৰীতে হোৱা এই মাছৰ জোল, কিন্তু খাবলৈ অতি সোৱাদ যুক্ত লগতে শৰীৰৰ বাবেও বৰ উপকাৰী,
প্ৰথমতে মই আলু দুটা সিজাই বাকলি গুচাই Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-86236135991511161212020-07-17T01:27:00.002-07:002021-10-04T09:01:54.468-07:00 এগ বিৰিয়ানি পাইনাপেল ফ্লেভাৰ
এগ বিৰিয়ানি পাইনাপেল ফ্লেভাৰ- প্ৰনীতা দাস
উপকৰন-
কনী ৪ টা
আলু ৪ টা
আনাৰস এটুকুৰা সৰু
পিয়াঁজ ৪ টা
নহৰু ১ টা
আদা এটুকুৰা
জিৰা গুৰি ১ চামুচ
ধনিয়াৰ গুৰি
জলকীয়া গুৰি
গৰম মচলা
বিলাহী ২ টা
দৈ ২ চামুচ
কেশৰ ১০ ডাল
গাখীৰ ২ চামুচ
ঘীউ ১ চামুচ
সৰিয়হৰ তেল জোখমতে
তেজপাত ২ খিলা
শুকান জলকীয়া ২ টা
নিমখ জোখমতে
হালধি জোখমতে
প্ৰনালী-
কনী আৰু আলু সিজাই লৈ বাকলি গুচাই কাটা চামুচেৰে খুচি লব ।
আনাৰস Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-92228294742453637062020-07-16T05:27:00.003-07:002021-10-04T22:24:45.095-07:00মছলা ড'চা : চাউথ ইন্ডিয়ান ব্ৰেকফাষ্ট
মছলা ড'চাচাউথ ইন্ডিয়ান ব্ৰেকফাষ্ট
- পম্পী শৰ্মা খাওন্দ
উপকৰণ -
চাউল --- ২ কাপ
মাটি মাহ/উৰদ দাল--- আধা কাপ
বুটৰ দালি --- আধা কাপ
মেথি গুটি -- আধা চামুচ
ৰিফাইন তেল ---জোখ অনুপাতে।
মছলা ৰ বাবে ---
আলু --- ৪/৫ বয়ল কৰি লোৱা।
বাদাম ---৪/৫ চামুচ (তিয়াই তুকি লোৱা )
সৰিয়হ --- ১ চামুচ
গোটা জিৰা --১ চামুচ
শুকান জলকীয়া -- ২ টা
পিয়াঁজ --- ২টা মিহিকৈ কাটি লোৱা
নিমখ, Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-83282659241743490622020-07-16T04:36:00.004-07:002021-10-05T01:43:17.290-07:00চুজি আৰু বেচনৰ ভাপত দিয়া কেক
চুজি আৰু বেচনৰ ভাপত দিয়া কেক- ইজা বৰুৱা
ৰেচিপি এটা নতুনকৈ শিকিছিলোঁ..তাকেই আগবঢ়ালোঁ
উপকৰণঃ
চুজি আধা কাপ
বেচন আধা কাপ
আলু ডাঙৰ এটা(পিহি লোৱা)
পানী আধা কাপ
বিলাহী আধাফাল(সৰুকৈ কুটি লোৱা)
পিয়াজ এটা(কুটি লোৱা)
জলকীয়া দুটা, কুটি লোৱা
নৰসিংহ পাত ৬/৭ টা
ধনীয়া কুটি লোৱা(এবাটি,সৰু বাটিৰে)
নিমখ সোৱাদ অনুসৰি
হালধি এচিকুট
গৰম মছলা আধা চাহ চামুচ
জিৰা পাউদাৰ আধা চাহ চামুচ
জলকীয়া গুৰি আধা চাহ চামুচ
Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-44742726087152208742020-07-15T22:07:00.001-07:002021-10-05T03:04:31.751-07:00ৰঙালাউৰ পুডিং
ৰঙালাউৰ পুডিং
- নীলাক্ষী বৰা
সামগ্ৰী-
সৰু ৰঙালাউৰ এটাৰ চাৰিভাগৰ এভাগ,
গাখীৰ আধালিটাৰ,
চেনী আধাকাপ,
মিল্কমেইদ তিনিচামুচ,
ঘিউ এচামুচ,
চাইনা গ্ৰাচ অলপ(তিনি গ্ৰাম মান )
প্ৰণালী-
ৰঙালাউ কাটি টুকুৰা কৰি সিজাই লব|
মিস্কিত অকণমান গাখীৰ দি ৰঙালাওৰ পেষ্ট বনাই লব|
এটিয়া এটা ননষ্টিক পাএত গাখীৰ খিনি ভালকৈ উতলাই অলপ ডাঠ কৰি লব|
আনহাতে চাইনাগ্ৰাচত গৰম পানী মিলাই অলপ Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-51647495930621726522020-07-15T05:20:00.003-07:002021-10-05T08:40:46.487-07:00 কেচা জলকীয়াৰ আচাৰ
কেচা জলকীয়াৰ আচাৰ- নিলাক্ষী বৰা
সামগ্ৰী-
কেচা জলকীয়া ২০০গ্ৰাম,
নিমখ, হালধি এচামুকৈ,
জিৰা,মিঠিগুটি,চফ,সৰিয়হ (গোটা) আধাচামুচকৈ,
হিং অকণমান,
ভিনেগাৰ চাৰিচামুচ,
মিঠাতেল আধাকাপ (কেচা মিঠাতেল)।
প্ৰণালী-
জলকীয়া ধুই শুকুৱাই লৈ মিহিকৈ কাটি লৱ।
এতিয়া জলকীয়া থোৱা পাএটোত নিমখ, হালধি, মিঠাতেল, হিং, ভিনেগাৰ লব |
জিৰা,মিঠিগুটি,চফ আৰু সৰিয়হ ভাজি গুৰি কৰি লৈ মচলা খিনি মিলাই লব|
&Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-18283408749054041272020-07-15T04:16:00.002-07:002021-10-05T23:41:48.094-07:00ভাৰজিন মজিট (Virgin Mojito) শীতল পানীয়ৰ ৰেচিপি
Virgin Mojito শীতল পানীয়ৰ ৰেচিপি- পুলিন বৰা
উপকৰণ:
পুদিনা পাত ,
চদা (Soda),
নেমু চেপি লোৱা ,
গোল নেমুৰ টুকুৰা,
চেনী জোখমতে,
বৰফ
প্ৰনালী:
এটা গিলাচত Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-34869379026463926762019-04-13T02:37:00.003-07:002021-10-06T01:47:05.824-07:00তিলৰ লাড়ু - পূৰৱী পাঠক
তিলৰ লাড়ু
- পূৰৱী পাঠক
উপকৰণ:
১.তিল -১কাপ
২.গুৰ - ১/২ কাপ
৩.পানী - জোখমতে লৱ
প্ৰনালী:
প্ৰথমে তিলখিনি ধুই ৰ'দত শুকুৱাই লৱ|
তাৰপিছত এখন কেৰাহীত কম জুইত শুকানকৈ তিলখিনি ভাজিব যাতে তিলৰ নিজৰ ধুনীয়া গোন্ধটো ওলায় ।
তাৰ পিছত গুৰ আৰু জোখমতে পানী কেৰাহীত উতলিব দি, উতলি ঘন হৈ অহাত ভাজি থোৱা তিলখিনি তাত মিলাই দি লৰাই থাকি মিশ্ৰনখিনি ভালদৰে মিলি গৈ ডাঠ হৈ আঠা আঠা হোৱাৰ পিছত নমাই লৈ গৰমে গৰমেRumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-52493711880169150792019-04-11T04:07:00.001-07:002021-10-07T03:04:07.693-07:00চাউলৰ গুৰিৰে চিকেন চিজ ৰোল - প্ৰিয়া সেন
চাউলৰ গুৰিৰে চিকেন চিজ ৰোল- প্ৰিয়া সেন
চাউলৰ গুৰি দি চিকেন চিজ ৰোল
আবেলি চাহৰ লগত বা ৰাতিপুৱা ব্ৰেকফাষ্ট ৰ বাবে বৰ টেষ্টি ৰেছিপিবনাই চাবচোন।
উপকৰণ----
ৰোল বনাবলৈ লাগিব -----
চাউল গুৰি ----- ২ কাপ
পানী ------২ কাপ
Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-58733985729320170122019-04-10T02:32:00.001-07:002021-10-07T05:26:22.183-07:00পিঠাগুৰিৰ পিঠা (ৰঙালাউ আৰু গুৰ দি বনোৱা ) - নীলাক্ষী বৰা
বিহু আহি পদূলি মুখ পালেহিয়ে, সেয়েহে আগতীয়াকৈ পিঠাকেইটা মান বনালো জুতি লবলৈ|
পিঠাগুৰিৰ পিঠা (ৰঙালাউ আৰু গুৰ দি বনোৱা )- নীলাক্ষী বৰা
সামগ্ৰী--
কেচাপিঠাগুৰি 200গ্ৰাম
ৰঙালাউৰ টুকুৰা এটা
গুৰ100গ্ৰাম (মনগলে কম বেছি কৰিব পাৰে )
নিমখ একচিকুত
প্ৰণালী---
প্ৰথমতে ৰঙালাউ টুকুৰা বাকলি গুচাই টুকুৰা কৰি সিজাই লৈ হাতেৰে মোহাৰি লৱ|
তাতে নিমখ দি অলপ অলপ কৰি পিঠাগুৰি Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-54140753304429390682019-04-05T08:09:00.002-07:002021-10-07T08:47:03.301-07:00নাৰিকলৰ লাড়ু - নিলাক্ষী বৰা
নাৰিকলৰ লাড়ু
- নীলাক্ষী বৰা
সকলোৱে জনা ৰেচিপি যদিও দিলো দেই বৰ সহজতে বনাব পৰা এবিধ মিঠা ব্যঞ্জন লগতে আবেলি চাহ কাপৰ লগত খোৱাৰ আমেজ ই বেলেগ আলহী আহিলেও দিব পাৰিলে ভাল লাগে এতিয়া ৰেচিপি টো দিছো
সামগ্ৰী---1/ৰুকি লোৱা নাৰিকল এটা
2/চেনী দেৰকাপ
3/ঘিউ একচামুচ
&Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-50667619396571657862019-04-05T05:03:00.004-07:002021-10-07T09:47:44.831-07:00ডিমৰ কালিয়া - ঝুমুৰ দে
ডিমৰ কালিয়া
- ঝুমুৰ দে
উপকৰণ:-
(৫জনৰ বাবে)
১.কণী ৫ টা
২.কলা জিৰা
৩.নহৰু ১০-১২ টা কোহ
৪.জলকিয়া ৫-৬ টা(পিচি লোৱা)
৫.পিয়াজ ১ টা(মিহি কে কাটি লোৱা)
৬.হালধি গুৰা ১ চা:
৭.জিৰা গুৰা ১ চা:
৮.তেল ৫-৬ চা:(ৰিফাইন)
৯.নিমখ (আন্জদাজমতে)
প্ৰণালি:-
*প্ৰথমতে কণী ৫ টা সিদ্ধ কৰি বাকলি গুচাই দুুফাল কৰিRumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0tag:blogger.com,1999:blog-8161936203864223358.post-46898867865998208742019-04-05T04:43:00.003-07:002021-10-07T22:25:29.537-07:00কুলথি ডালিৰ সৈতে বাহু মাছৰ মূৰ - প্ৰিয়া সেন
কুলথি ডালিৰ সৈতে বাহু মাছৰ মূৰ
- প্ৰিয়া সেন
এই ডালি বহু উপকাৰী যেনে ডায়েবেটিচ বেমাৰীৰ বাবে খোৱা প্ৰয়োজন আৰু কিডনী স্টোন হলেও এই ডালি ৰাতি তিয়াই ৰাখি তাৰ পানী খালে উপকাৰ পোৱা যায় যদিও এই ডালি আমাৰ ইয়াত সহজে পোৱা নাযায় ।
উপকৰণ------
৬ জনৰ বাবে লাগিব
ডালি একাপ
পিয়াজ ১ টা কুটি লব
কেঁচা জলকীয়া ৪ টা মান
Rumi Mahanta Duttahttp://www.blogger.com/profile/04848554805498750185noreply@blogger.com0