লেচেৰাৰ কুৰকুৰে জেলেপী
- ৰঞ্জিত নাথ
উপকৰণ ==
৬ দাল লেচেৰা
৩ টেবুল চামুচ বেচন
১ টেবুল চামুচ পিঠাগুৰি
এচিকুট হালধী
নিমখ পৰিমানৰ
১০০ গ্ৰাম ৰিফাইণ
প্ৰণালী ==
লেচেৰা কেইদাল ধুই অলপ সময় ৰদত দিব । ৰদত দিলে শুকাবও অলপ লেৰেলিব । জেলেপীৰ দৰে পকাই মিহি শলা এদাল সুমুৱাই দিব । এটা পাএত বেচন ,পিঠাগুৰি,নিমখ,হালধী দি ঘোল বনায় লব । তেল গৰম হব দি জেলেপী কেইখন ঘোলত লেতিয়াই মচমচিয়াকে ভাজি পৰিবেশন কৰিব পাৰিব ।


Comments
Post a Comment