জলকীয়াৰ পকৰি
- ৰুবী কোঁৱৰ
সামগ্ৰী=
• কেপচিকাম৫টা
• আলু৩টা
• বেচন ৩কাপ
• জিৰা১চামুচ
• ধনীয়া১চামুচ
• গৰম মচলা১চামুচ
• নিমখ২চামুচ
• হালধি১চামুচ
• কাশ্মিৰী মিক্স ২চামুচ
• বেকিংপাউদাৰ১চামুচ
• ৰিফাইণ্ড তেল
প্ৰণালী=
প্ৰথমে আলু বয়ল কৰি পিটিকি ললো এতিয়া তেল গৰম কৰি প্ৰথমে আলু দি নিমখ জিৰা ধনীয়া গৰম মচলা আৰু হালধি কাশ্মীৰী মিক্স দি ভাজি ললো তাৰপাছত জলকীয়া কেইটা
গুটিবোৰ ওলিয়াই আলু ভজা ভৰাই ললো এতিয়া
বেচন নিমখ জলকীয়া গুৰি বেকিংপাউদাৰ হালধি
দি পানী দি গুলি জলকীয়া কেইটা বেচনত লেটিয়াই ফ্ৰাই কৰি ৰঙচুৱা হ'লত নমাই পৰিবেশন
কৰিলো


Comments
Post a Comment