নৰসিংহৰপাতেৰে কৰ্দৈটেঙা
- নিতুমনি দাস শৰ্মা
দক্ষিন ভাৰতীয় ৰন্ধনশৈলীৰে কৰ্দৈ
সকলোৱে জনা ৰেচিপি কেৱল নৰসিংহৰ পাত যোগ কৰাই দক্ষিন ৰ ব্যঞ্জনৰ এটি সুন্দৰ জুতিঁ আহিছে বনাই চাব পাৰে ।
ৰেচিপি -
কৰ্দৈ তিনিটা চকলিয়াই ঘূৰনীয়া কৈ কাটিব | কেৰাহী তেল গৰম কৰি সৰিয়হ,কেচাঁ জলকীয়া, পাঁচফোৰন,তেজপাত আৰু নৰসিংহৰ পাত পোৰনদি কৰ্দৈ খিনি দি দিব আৰু ভাজিব | নিমখ হালধী দিব | অলপ মজিলে পানী পৰিমান মতে দি উতলাই জোলৰ দৰে কৰি নমাই থৈ পৰিবেশন কৰিব | ইচ্ছা কৰিলে অলপ চেনী দিব পাৰে |

Comments
Post a Comment