বিলাতী বগৰীৰ চাটনি
- পম্পী শৰ্মা খাওন্দ
উপকৰণ ----
বিলাতী বগৰী ----3/4টা (কাটি লোৱা)
ধনীয়া পাত ---1মুঠি (কুটি লোৱা)
আদা ---1টুকুৰা
জলকীয়া ---2/3টা
নেমুৰস ---1চামুচ
তেল,নিমখ ----জোখ অনুপাতে ।
প্ৰণালী ----
এতিয়া এটা মিক্সিৰ জাৰত
কাটি লোৱা বিলাতী বগৰী,
কেঁচা ধনীয়াপাত, আদা,জলকীয়া,নিমখ, সকলোবোৰ বস্ত দি মিহিকৈ পেষ্ট কৰি লব। এতিয়া অকণমান কেঁচা তেল আৰু নেমু ৰস দি চাটনি খিনি সানি লৈ ৰুটি / ভাতৰ লগত পৰিৱেশন কৰক ।

Comments
Post a Comment